নিউজ ডেস্ক, ১৮ অক্টোবৰঃ আজি কাতি বিহু। প্ৰান্তে প্ৰান্তে বিহু উদযাপনৰ ব্যাপক প্ৰস্তুতি। তুলসী পুলি ৰুই সন্ধিয়া জ্বলোৱা হ’ব চাকি- বন্তি।
ধাননি পথাৰত কৃষক ৰাইজে আজি চাকি জ্বলাই লক্ষী আইৰ আশীর্বাদ ল’ব। অসমীয়াৰ হেপাহৰ কাতি বিহুক লৈ ৰাজ্যৰ সৰ্বত্ৰে এতিয়া উখল মাখল পৰিবেশ।
Comments are closed, but trackbacks and pingbacks are open.