Daily Time Axom

আজি ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল

44

নিউজ ডেস্ক, ১৮ অক্টোবৰঃ আজি ঘোষণা হ’ব চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল। sebaonline.org ৱেবছাইটত চাব পাৰিব পৰীক্ষাৰ ফলাফল। ২১ আগষ্ট, ২৮ আগষ্ট, ১১ ছেপ্টেম্বৰত অনুষ্ঠিত হৈছিল এই পৰীক্ষা। কেইবাটাও বিভাগৰ খালী পদৰ বিপৰীতে অনুষ্ঠিত হৈছিল পৰীক্ষা। তৃতীয়, চতুৰ্থ বৰ্গৰ পদ আছিল ২৬ হাজাৰৰো অধিক। লিখিত পৰীক্ষাত বহিছিল প্ৰায় ১৪ লাখ প্ৰাৰ্থী।

সোমবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে ফলাফল ঘোষণা কৰে।

Comments are closed, but trackbacks and pingbacks are open.