সুখবৰঃ বৃদ্ধি হ’ল গৃহৰক্ষী জোৱানৰ মজুৰি

নিউজ ডেস্ক, ২০ অক্টোবৰঃ অসমৰ ২৪ হাজাৰ গৃহৰক্ষী জোৱানলৈ সুখবৰ ।চৰকাৰে ২৩হাজাৰ টকালৈ বৃদ্ধি কৰিলে গৃহৰক্ষী জোৱানৰ মাহিলী ভাট্টা। পূৰ্বৰ ৩০০টকাৰ পৰিৱৰ্তে জোৱানসকলে এতিয়াৰে পৰা লাভ কৰিব ৭৬৭ টকাৰ ভাট্টা।

তাৎক্ষণিক ভাৱে কাৰ্যকৰী কৰা হ’ব এই সিদ্ধান্ত । গৃহৰক্ষী জোৱান সকলৰ মাহিলী দৰমহা ৯ হাজাৰ টকাৰ পৰা ২৩,০১০ টকালৈ বৃদ্ধি পালে ।

AssamDaily time axomGuwahatiHimanta Biswa SarmaIndia