Daily Time Axom

বিশ্বনাথৰ গোৱালতলীত আৰক্ষীৰ গুলীচালনা

38

নিউজ ডেস্ক, ২০ অক্টোবৰঃ বিশ্বনাথৰ গোৱালতলীত আৰক্ষীৰ গুলীচালনা ৷ এইবাৰ চতিয়া আৰক্ষীয়ে চলালে গুলী ৷ জাগিৰ আলি নামৰ এজন লোকক ধৰিবলৈ আহোতে আৰক্ষীয়ে চলালে গুলীচালনা ৷ জাগিৰে দৌৰি পলাবলৈ লওতেই শূন্যলৈ গুলী চলাই আৰক্ষীয়ে ৷ অপহৰনৰ গোচৰত অভিযুক্ত জাগিৰ আলি ৷ চতিয়াৰ চৰাইজনীয়া গাঁৱৰ এগৰাকী যুৱতীক অপহৰনৰ চেষ্টা চলোৱাৰ অভিযোগত অভিযুক্ত জাগিৰ আলি ৷ দীৰ্ঘদিন ধৰি পলাই আছিল জাগিৰ আলি ৷ আৰক্ষীয়ে গুলী চালনা কৰাৰ বাবেই অৱশেষত নিজকে ধৰা দিয়ে জাগিৰে ৷

Comments are closed, but trackbacks and pingbacks are open.