Daily Time Axom

ডিব্ৰুগড়ৰ DTO সঞ্জীৱ হাজৰিকাৰ ঘৰত টকাৰ উজান

41

নিউজ ডেস্ক, ২১ অক্টোবৰঃ এইবাৰ ডিব্ৰুগড়ৰ DTO সঞ্জীৱ হাজৰিকাৰ বাসগৃহত অভিযান দুৰ্নীতি নিবাৰক শাখাৰ। ডিব্ৰুগড়ৰ DTO সঞ্জীৱ হাজৰিকাৰ ঘৰত টকাৰ উজান। দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত উদ্ধাৰ ৭ লাখ ৩ হাজাৰ ৮০০ টকা। লুকুৱাই ৰখা ৭৮ হাজাৰ টকাৰ পুৰণি অচল নোটো উদ্ধাৰ DTOৰ ঘৰত। দিতিমণি গগৈৰ স্বীকাৰোক্তিৰ ভিত্তিত চলিছিল এই তালাচী অভিযান। এই তথ্য সদৰী কৰিছে বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান জিপি সিঙে।

Comments are closed, but trackbacks and pingbacks are open.