নিউজ ডেস্ক, ২২ অক্টোবৰঃ শুকুৰবাৰে ঘোষিত অসম লোক সেৱা আয়োগ পৰীক্ষাত নাজিৰালৈ সুনাম কঢ়িয়াই আনিলে ৰিৰ্ছাদ বাইলুঙে। নাজিৰাৰ ৯নং ৱাৰ্ডৰ নাজিৰা উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ পূৰ্ণ বাইলুং আৰু সোণাৰি বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত নিৰ্দেশক লক্ষী প্ৰভা বুঢ়াগোহাঁই বাইলুঙৰ পুত্ৰ ৰিৰ্ছাদ বাইলুঙে অসম লোক সেৱা আয়োগ পৰীক্ষাত(APS)৪০নং স্থানত উত্তীৰ্ণ হ’বলৈ সক্ষম হয়।
Comments are closed, but trackbacks and pingbacks are open.