নিউজ ডেস্ক, ২৩ অক্টোবৰঃ ৰঙিয়াৰ হাইৱে চ’কৰ বৰলীয়া দলঙৰ তলত উদ্ধাৰ কৰা হৈছে এটি সদ্যোজাত শিশু। ৰাষ্ট্রীয় ঘাইপথৰ বৰলীয়া নৈৰ ওপৰত থকা দলঙৰ তলত উদ্ধাৰ কৰা হৈছে শিশুটিক।
কোনো পাষণ্ড লোকে পেলাই থৈ যোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।প্রাতঃভ্রমণ কৰিবলৈ অহা লোকে প্রত্যক্ষ কৰে সদ্যোজাত শিশুটিক। লগে লগে স্থানীয় ৰাইজ আৰু প্ৰশাসনৰ উপস্থিতিত শিশুটিক উদ্ধাৰ কৰা হয়।