T20 বিশ্বকাপত আজি সমুখ-সমৰত ভাৰত-পাকিস্তান

নিউজ ডেস্ক, ২৩ অক্টোবৰঃ আজি ভাৰত-পাকিস্তানৰ মহাৰণ।T20 বিশ্বকাপত মুখামুখি হ’ব ভাৰত আৰু পাকিস্তান। আজিৰ এই খেলখন অনুষ্ঠিত হ’ব অষ্ট্ৰেলিয়াৰ মেলবৰ্ণ ষ্টেডিয়ামত।

হাই ভল্টেজ মেচখনক লৈ ব্যাপক উৎকণ্ঠা ক্ৰীড়াপ্ৰেমীৰ।ক্ষন্তেক পিছতেই আৰম্ভ হ’ব ভাৰত-পাকিস্তানৰ মেচ।বৰষুণে বিধি-পথালি দিয়াৰ সম্ভাৱনা।

AustraliaDaily time axomIndiaPakistanT20