Daily Time Axom

মহানগৰীত দেৱালীক লৈ বিশেষ নিৰ্দেশনা জাৰি প্ৰশাসনৰ

523

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ দীপাৱলীৰ নিশা সাৱধান। মহানগৰীৰ প্ৰান্তে প্ৰান্তে চলিছে পৰিৱহণ বিভাগৰ তালাচী। নিয়ম ভংগ কৰিলে ভৰিব লাগিব মোটা অংকৰ জৰিমনা।

দেৱালীত যাতে কোনোৱে উচ্চ শক্তিসম্পন্ন ফটকা নুফুটাই তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। তাৰোপৰি পৰিৱেশ বিনষ্ট বা প্ৰদূষণ মুক্ত দেৱালী পালন কৰিবলৈ সকলোকে আহ্বান জনাইছে প্ৰশাসনে।ৰাজ্যৰ বিভিন্ন ঠাইত প্ৰশাসনে ফটকা ফুটোৱাৰ বাবে নিৰ্দিষ্ট সময় নিৰ্ধাৰণ কৰি দিছে।

Comments are closed, but trackbacks and pingbacks are open.