Daily Time Axom

আজি সম্পন্ন হ’ব বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য

43

নিউজ ডেস্ক, ২৪ অক্টোবৰঃ আজি সম্পন্ন হ’ব বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ শেষকৃত্য৷ ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব দেৱশৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া ৷ উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷ দীঘলীয়া শাৰী পাতি দেৱশৰ্মাৰ নশ্বৰদেহত শ্ৰদ্ধাঞ্জলি গুণমুগ্ধৰ৷ অন্তেষ্টেক্ৰিয়াৰ পূৰ্বে সত্ৰৰ চাৰিওফালে প্ৰদক্ষিণ কৰোৱা হ’ব দেৱশৰ্মাৰ নশ্বৰদেহ৷ ৮৪ বছৰ বয়সত GMCHত শেষ নিশ্বাস ত্যাগ বশিষ্ঠ দেৱশৰ্মাৰ ৷

বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ মহাপ্ৰয়াণত শোকস্তব্ধ ৰাজ্যবাসী । বুঢ়াসত্ৰীয়া গৰাকীৰ অন্তিম যাত্ৰাৰ সাক্ষী শ শ ভকত।

Comments are closed, but trackbacks and pingbacks are open.