অৰুণাচল প্ৰদেশৰ নাহৰলগুণত ভয়ংকৰ অগ্নিকাণ্ড, দপদপাই জ্বলি উঠিল ২৫০ খনৰো অধিক দোকান

নিউজ ডেস্ক, ২৫ অক্টোবৰঃ দীপাৱলীৰ আনন্দৰ মাজতে অঘটন। অৰুণাচলৰ নাহৰলগুণৰ দৈনিক বজাৰত বিধ্বংসী অগ্নিকাণ্ড। অগ্নিকাণ্ডত ভস্মীভূত ২৫০ৰো অধিক দোকান। দীপাৱলীৰ আতচবাজীৰ পৰা জুইৰ সূত্ৰপাতৰ সন্দেহ কৰা হৈছে। এতিয়াও নিৰ্বাপণ হোৱা নাই জুই।

Arunachal PradeshDaily time axomIndiaMassive fireNaharlagun