লামডিং নখুটি বজাৰৰ পৰা নিৰুদ্দেশ এগৰাকী যুৱতী


যুৱতী গৰাকী নাম তছলিমা বেগম।উল্লেখযোগ্য যে যোৱা প্ৰায় ২০/২৫ দিনৰ পৰা নিৰুদ্দেশ হৈ আছে যুৱতীগৰাকী।
ইতিমধ্যে যুৱতীগৰাকীৰ পৰিয়ালৰ লোকে নখুটি আৰক্ষী পহৰা চকীত এখন জাননী দিয়ে।
পৰিয়ালৰ লোকে যোৱা কিছুদিনৰ পৰা নিজৰ আত্মীয় সকলৰ ঘৰত বিচাৰি নাপাই অবশেষত সংবাদ মাধ্যমৰ কাষ চাপে।

পৰিয়ালৰ লোকে ৰাইজলৈ কাতৰ আহ্বান কৰিছে যদি ক’ৰবাত এই যুৱতী গৰাকীক দেখা পায় তেন্তে পৰিয়ালৰ লোকৰ লগতে যোগাযোগ কৰে ।
পৰিয়ালৰ লোকৰ যোগাযোগ নম্বৰ হ’ল 6000848763

লংকাৰ পৰা অলি উৰ ৰহমান লস্কৰৰ ৰিপৰ্ট

assam news 24assam news liveassam news todaycongress assam newscovid assam newsdaily assam newslatest assam newstoday assam news live guwahati
Comments (0)
Add Comment