ফলঙনিত অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সুখ্যাতিৰে সপ্তম স্থান লাভ কৰা ডিম্পল শইকীয়াক বিপুল সৰ্ম্বধনা।
ফলঙনি কৰতিপাৰ কনকলতা মহিলা সমিতিৰ কাৰ্যালয়ত ফলঙনি অঞ্চলৰ ফলঙনি কনকলতা মহিলা সমিতি, কৰতিপাৰ নামঘৰ, মৰঙী সামুহিক উন্নয়ন মঞ্চ, বগীজান থানা সমিতি, কোচ ৰাজবংশী সন্মিলনী , বিজুলী সাহিত্য সভা, দক্ষিণ মৰঙী কেঁচা চাহপাত যোগান কাৰী সমিতি, ফলঙনি পঞ্চায়তৰ আঞ্চলিক সদস্য ৰূপজ্যোতি দত্তকে আদি কৰি আৰু বহু সংখ্যক ব্যক্তিয়েয়ে সম্বৰ্দ্ধনা জনাই।