সমগ্ৰ ৰাজ্যৰ লগতে ৰঙিয়াৰ মিল ৰোডত দেখা গল শ্যামা পূজাৰ উখল মাখল পৰিবেশ ৷
জেষ্ঠ বইজ যত্ন ক্লাৱৰ উদ্যোগত অনুষ্ঠিত হোৱা এই পূজাথলীত ভিৰ কৰে অগণন ভক্তই।
৩৫বছৰ গৰকা মিল ৰোডৰ এই সমিতি খনে বছৰে ভক্তপ্ৰান ৰাইজক আকৰ্ষিত কৰাৰ উদ্দেশ্যে পূজা মণ্ডপটো আটক ধুনীয়াকৈ সজাই পৰাই তোলে।
ইফালে ৰাজ্যৰ শদিয়াৰ পৰা ধুবুৰীলৈ শ্যামা পূজাৰ উখল মাখল পৰিবেশৰ মাজতে ৰঙিয়াৰ মিল ৰোডত মা কালীৰ আশীষ লৈছে ভক্তপ্ৰান ৰাইজে
অইন বেলিৰ দৰে এই বেলিও জেষ্ঠ বইজ ৰত্ন ক্লাৱৰ উদ্যোগত অনুস্থিত হোৱা এই পূজাখনি আধ্যাত্মিক ৰীতি নীতিৰে পালন কৰিছে পূজা ভাগ