Daily Time Axom

উত্তৰ গুৱাহাটীত নকল সোণৰ নাওসহ যীশুৰ প্ৰতিমূৰ্তি জব্দ

59

নিউজ ডেস্ক, ২৮ অক্টোবৰঃ উত্তৰ গুৱাহাটীত নকল সোণৰ নাওসহ যীশুৰ প্ৰতিমূৰ্তি জব্দ। ঘটনাৰ লগত জড়িত মহম্মদ আবু হানিফা আৰু মহম্মদ বাহাৰুদ্দিনো পৰিল জালত। আৰক্ষীয়ে জব্দ কৰে নগদ ১.৫ লাখ‌ টকা, ৪টা মোবাইল ফোনসহ এখন বিলাসী বাহন ।

কামৰূপ আৰক্ষীৰ এক গোপন তথ্যৰ আধাৰত উত্তৰ গুৱাহাটী গৌৰীপুৰ আৰক্ষীয়ে AS 07U 5525 নম্বৰৰ এটা বাহনসহ আবু হানিফা (২৬) আৰু বাহাৰুদ্দিন (২৩) নামৰ দুই প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰে ।

Comments are closed, but trackbacks and pingbacks are open.