নিউজ ডেস্ক, ২৯ অক্টোবৰঃ নগাঁৱৰ চামগুৰিত আৰক্ষীৰ গুলীচালনা। দুই সৰবৰাহকাৰীক লক্ষ্য কৰি এণ্টি নাৰ্ক’টিক স্কোৱাডৰ গুলীচালনা। গ্ৰেপ্তাৰ ২ সৰবৰাহকাৰী সুকুৰ আলী, ইক্ৰামূল হুছেইন। মৰিগাঁৱৰ তেলাহীত আৰক্ষীয়ে জব্দ কৰিছে ১ কোটি টকাৰ মূল্যৰ হেৰ’ইন। নগাঁৱৰ পৰা সৰবৰাহ কৰা হৈছিল এই ড্ৰাগছখিনি। এই সন্দৰ্ভত কোনোধৰণৰ তথ্য প্ৰকাশ কৰা নাই নগাঁও আৰক্ষীয়ে।
ইক্ৰামূল আৰু শুকুৰক গ্ৰেপ্তাৰৰ সময়ত মৰিগাঁও আৰক্ষীক স্হানীয় লোকে বাধা দিবলৈ চেষ্টা কৰাতে আৰক্ষীয়ে শূণ্যলৈ গুলীচালনা কৰিবলৈ বাধ্য হয় ৷