CAA আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ পৰিয়ালক ক্ষতিপূৰণৰ নিৰ্দেশ প্ৰদান কামৰূপ জিলা মুখ্য ন্যায়াধীশ আদালতৰ
নিউজ ডেস্ক, ৩০ অক্টোবৰঃ CAA আন্দোলনৰ শ্বহীদ ছেম ষ্টেফৰ্ডৰ পৰিয়ালক ক্ষতিপূৰণৰ নিৰ্দেশ৷ এই নিৰ্দেশ প্ৰদান কৰিছে কামৰূপ জিলা মুখ্য ন্যায়াধীশ আদালতৰ৷ আৰক্ষীৰ অনুসন্ধানত অভিযোগমুক্ত ঘোষণা তদানীন্তন ADGP জি পি সিঙক৷ তদন্ত প্ৰক্ৰিয়াত সিঙৰ বিৰুদ্ধে নাপালে কোনো প্ৰমাণ৷
অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত ছেমৰ দেহত পোৱা গৈছে গুলীৰ আঘাত৷ অত্যাধিক ৰক্তক্ষৰণৰ বাবে মৃত্যু হৈছিল ছেম ষ্টেফৰ্ডৰ৷ছেমৰ পিতৃয়ে ৰুজু কৰা গোচৰত এই ৰায় প্ৰদান আদালতৰ৷
আনহাতে আদালতে জিলা আইন সেৱা প্রাধিকৰণক পৰিয়ালটোক ক্ষতিপূৰণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।
Comments are closed, but trackbacks and pingbacks are open.