Daily Time Axom

ঢাকাত ভূপেন হাজৰিকাক স্মৰণ

0 29

ভূপেন হাজৰিকাক স্মৰণ।
শিল্পকলা একাডেমী আৰু ব্যতিক্ৰমী মাছডোৰ উদ্যোগত বাংলাদেশৰ ৰাজধানী ঢাকাত অহা ৫ নৱেম্বৰত কিংবদন্তি কণ্ঠশিল্পী তথা ভাৰতত্ন ড০ ভূপেন হাজৰিকাৰ একাদশ মৃত্যু বাৰ্ষিকীত শিল্পীগৰাকীক স্মৰণ কৰা হ’ব। এই কথা প্ৰকাশ কৰিছে গুৱাহাটীস্থিত বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত কাৰ্যালয়ে। এই উপলক্ষে এখন সংবাদমেলৰো আয়োজন কৰা হয়। সংবাদমেলৰ আৰম্ভণিতে প্ৰয়াত শিল্পী নিপণ গোস্বামী আৰু নীলপৱন বৰুৱাক শ্ৰদ্ধাঞ্জলি জনাই এক মিনিটৰ মৌনতা অৱলম্বন কৰা হয়। সংবাদমেলত বিশিষ্ট সংগীত শিল্পী মনীষা হাজৰিকা, বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত আদি উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.