মধ্যপ্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ১১ জনকৈ লোক

নিউজ ডেস্ক, ৪ নৱেম্বৰঃ মধ্যপ্ৰদেশৰ বেতুলত ভয়ংকৰ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত ১১জনকৈ লোকৰ কৰুণ মৃত্যু। গুৰুতৰভাৱে আহত আন এজনক হাস্পতালত ভৰ্তি কৰোৱা হৈছে।মধ্য প্ৰদেশৰ ঝাল্লাৰ আৰক্ষী থানাৰ সমীপতে বাছ আৰু আন এখন বাহনৰ মুখামুখি সংঘৰ্ষৰ ফলত এই ঘটনা সংঘটিত হয়।

AccidentDaily time axomDeathIndiaInjuredMadhya Pradesh