Daily Time Axom

সোণাপুৰৰ টোল গেটত ১৫ কোটি টকাৰ মূল্য়ৰ ৬০ হাজাৰ য়াবা টেবলেট জব্দ

33

নিউজ ডেস্ক, ৫ নৱেম্বৰঃ সোণাপুৰৰ টোল গেটত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ। এখন বাহনৰ পৰা জব্দ ৬০ হাজাৰ য়াবা টেবলেট। মণিপুৰৰ পৰা গুৱাহাটীলৈ আনিছিল এই টেবলেটখিনি। জব্দকৃত টেবলেটখিনিৰ বজাৰ মূল্য ১৫ কোটি টকা।

যুটীয়া আৰক্ষী আয়ুক্ত পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত আৰক্ষীৰ দলে সোনাপুৰ টোল গেটৰ পৰা এখন বাহনৰ পৰা এই বুজন পৰিমাণৰ ড্ৰাগছখিনি জব্দ কৰিবলৈ সক্ষম হয়।

লগতে আৰক্ষীয়ে মণিপুৰৰ থৌবাল জিলাৰ মহম্মদ আজমল খানক (৩০ বছৰ) আটক কৰে।

Comments are closed, but trackbacks and pingbacks are open.