Daily Time Axom

মাওবাদীৰ সন্দেহত অসম মজুৰি শ্ৰমিক ইউনিয়নৰ নেতাক গ্ৰেপ্তাৰ

34

নিউজ ডেস্ক, ৭ অক্টোবৰঃ মাওবাদীৰ সন্দেহত অসম মজুৰি শ্ৰমিক ইউনিয়নৰ নেতাক গ্ৰেপ্তাৰ। শিলচৰৰ পৰা ক্ৰাইম ব্ৰান্সে গ্ৰেপ্তাৰ কৰে ধৰিত্ৰী শৰ্মাক। শ্ৰমিক ইউনিয়নৰ কাছাৰ জিলাৰ সম্পাদক ধৰিত্ৰী শৰ্মা।। কাছাৰৰ সোণাপুৰৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে নেতাজনক। গুৱাহাটীৰ পৰা যোৱা ক্রাইম ব্রান্সৰ এটা দলে অভিযান চলাই গ্রেপ্তাৰ কৰে নেতাজনক। ইয়াৰপিছতেই ধৰিত্ৰী শৰ্মাক লৈ অনা হৈছে গুৱাহাটীলৈ।

দুৰ্ধৰ্ষ মাওবাদী কাঞ্চনদাৰ সৈতে ধৰিত্ৰীৰ সম্পৰ্ক থকাৰ তথ্য। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে কাঞ্চনদাক।

Comments are closed, but trackbacks and pingbacks are open.