নিউজ ডেস্ক, ৭ নৱেম্বৰঃ GMCৰ প্ৰাক্তন মুখ্য অভিযন্তা তছডিকুৰ ৰহমানক গ্ৰেপ্তাৰ। ৰাজস্থানৰ পৰা গ্ৰেপ্তাৰ পলাতক মুখ্য অভিযন্তাগৰাকী। CM ভিজিলেন্সৰ এটা দলে গ্ৰেপ্তাৰ কৰে তছডিকুৰক। ২০ কোটিটকীয়া বোকা নিষ্কাশন কেলেংকাৰিৰ অভিযোগত গ্ৰেপ্তাৰ। বিমানেৰে তেওঁক লৈ অনা হয় গুৱাহাটীলৈ। ৰহমানক বিমান বন্দৰৰ পৰা পোনে পোনে লৈ যোৱা হ’ব আদালতলৈ। আজি বিশেষ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হ’ব তছডিকুৰক।
Comments are closed, but trackbacks and pingbacks are open.