সমন্বয় আৰু একতাৰ বাৰ্তাৰে নলবৰীয়াৰ প্ৰাণৰ উৎসৱ ৰাস মহোৎসৱ

আজি পুৱা ৮-৩০ বজাত নলবাৰী শ্ৰীশ্ৰীহৰি মন্দিৰ সমিতিৰ সন্মানীয় সভাপতি তথা অসম চৰকাৰৰ শস্য আৰু বৃক্ষৰোপন নিগমৰ অধ্যক্ষ অশোক শৰ্মা আৰু ৮৯ তম পৱিত্ৰ ৰাস মহোৎসৱৰ সন্মানীয় সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পতাকা উত্তোলন কাৰ্যসূচীৰ জৰিয়ৰে ১৩ দিনীয়া ৰাস মহোৎসৱৰ প্ৰথম কাৰ্যসূচী ৰূপায়ণ কৰে।

AssamDaily time axomIndiaNalbariRass Mahotsav