দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ

নিউজ ডেস্ক, ৮ নৱেম্বৰঃ দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক গ্ৰেপ্তাৰ। বনকৰা কিশোৰীৰ মৃত্যুৰ তদন্তত গাফিলতি কৰিছিল ৰূপম ফুকনে।CIDৰ দীৰ্ঘসময়ৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰে অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক।

আৰতী তুৰি হত্যাকাণ্ডত জড়িতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে আৰক্ষী বিষয়াজনক। হত্যাকাণ্ডৰ ঘটনা গাপ দিব বিচাৰিছিল ৰূপম ফুকনে৷

কিছুদিন পূৰ্বে একেই গোচৰতে গ্ৰেপ্তাৰ হৈছিল OC উৎপল বৰা৷ ধূলা থানৰ OC আছিল ধৃত উৎপল বৰা৷ উৎপল বৰাই ৫ লাখৰ বিনিময়ত মেনেজ হৈছিল৷ উৎপল বৰাৰ স্বীকাৰোক্তিৰ ভিত্তিতে জেৰা অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম ফুকনক৷

ArrestAssamDaily time axomDarrangIndiaTrain Accident