মই উলংগ হৈ ৰাস্তাত ৰাইজৰ সন্মুখত থিয় হৈ আছোঃৰশ্মিকা

তাৰকাসকলৰ বিষয়ে প্ৰশংসা শুনা যোৱাৰ লগে লগে তেওঁলোকো কেতিয়াবা ট্ৰলৰ বলি হয়। অৱশ্যে দুয়োপক্ষকে শীতলভাৱে পৰিচালনা কৰা হয়। কিন্তু এইবাৰ অতিৰিক্ত ট্ৰলৰ বাবে সঁচাকৈ খং উঠিল দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মণ্ডনাৰ।

যথেষ্ট দিন ধৰি বিজয় দেৱেৰাকোণ্ডা আৰু কাপোৰৰ প্ৰতি থকা প্ৰেমৰ বাবে তাইক বহুবাৰ ট্ৰ’ল কৰা হৈছে। আৰু এই কথাত তেওঁ বিৰক্ত হয়।

অবিৰত নেতিবাচক মন্তব্যক আওকাণ কৰিব নোৱাৰি ৰশ্মিকাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে লিখিছে, “যেতিয়া মোৰ শৰীৰ, মোৰ ছালৰ ৰং, মোৰ ব্যক্তিগত সম্পৰ্কৰ বিষয়ে প্ৰশ্ন অহৰহ উত্থাপন হয়, উপহাস কৰা হয়, তেতিয়া মোৰ এনে লাগে যেন মই উলংগ হৈ ৰাস্তাত ৰাইজৰ সন্মুখত থিয় হৈ আছো।”

AssamDaily time axomGuwahatiIndiaInternationalWorld
Comments (0)
Add Comment