Daily Time Axom

‘ৰাষ্ট্রৱাদী মুছলিম পাছমান্দা মহাজ’ ৰ অসম ৰাজ্যিক সভাপতিৰ ৰূপহীহাট ভ্ৰমণ

0 35

ভাৰতীয় জনতা পাৰ্টীৰ ভ্ৰাতৃ সংগঠন ‘ৰাষ্ট্রৱাদী মুছলিম পাছমান্দা মহাজ’ ৰ অসম ৰাজ্যিক সভাপতি হিচাপে সদ্য নিযুক্ত নুৰুল আমিনৰ ৰূপহীহাট ভ্ৰমণ।

ৰাষ্ট্রৱাদি পাছমান্দা মহাজ ৰ অসম ৰাজ্যিক সভাপতি হিচাপে নগাঁৱৰ নুৰুল আমিনক যোৱা সাত নৱেম্বৰত ৰাষ্ট্ৰীয় সভাপতি আতিফ ৰছিদে নিযুক্তি প্ৰদান কৰাৰ পাছতেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰম্ভ কৰিছে সাংগঠনিক কুচ-কাৱাজ। আজি তেওঁ এই উপলক্ষে জুৰীয়াৰ শিঙাৰীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সৈতে সাংগঠনিক দিশত আলোচনা কৰাৰ লগতে সাংবাদিকৰ সৈতেও মত বিনিময় কৰে।

Leave A Reply

Your email address will not be published.