Daily Time Axom

পুনে-বাংগালুৰু ঘাইপথত ভয়াৱহ দুৰ্ঘটনা, দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হয় ৪৮খন বাহন

38

নিউজ ডেস্ক, ২১ নৱেম্বৰঃ পুনে-বাংগালুৰু ঘাইপথত ভয়াৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হয় ৪৮খন বাহন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৫০জনতকৈয়ো অধিক লোক।

দেওবাৰে নিশা বাংগালোৰু-মুম্বাই ঘাইপথত পুনেৰ নাভালে ব্ৰীজ অঞ্চলৰ সংঘটিত হৈছে এই দুৰ্ঘটনাটো।

জানিব পৰা মতে, এখন টেংকাৰে নিয়ন্ত্ৰণ হেৰুৱাই এফালৰ পৰা মহটিয়াই নিয়ে বাহনকেইখন।

Comments are closed, but trackbacks and pingbacks are open.