নিউজ ডেস্ক, ২১ নৱেম্বৰঃ পুনে-বাংগালুৰু ঘাইপথত ভয়াৱহ দুৰ্ঘটনা। দুৰ্ঘটনাত ক্ষতিগ্ৰস্ত হয় ৪৮খন বাহন। দুৰ্ঘটনাত গুৰুতৰভাৱে আহত ৫০জনতকৈয়ো অধিক লোক।
দেওবাৰে নিশা বাংগালোৰু-মুম্বাই ঘাইপথত পুনেৰ নাভালে ব্ৰীজ অঞ্চলৰ সংঘটিত হৈছে এই দুৰ্ঘটনাটো।
জানিব পৰা মতে, এখন টেংকাৰে নিয়ন্ত্ৰণ হেৰুৱাই এফালৰ পৰা মহটিয়াই নিয়ে বাহনকেইখন।