নিউজ ডেস্ক, ২১ নৱেম্বৰঃ জনতাক আন এক মাধমাৰ চৰকাৰৰ। মহানগৰীত চাইকেল-ৰিক্সাৰ কৰ বৃদ্ধি । শীঘ্ৰে GMCয়ে সংগ্ৰহ কৰিব বৰ্ধিত কৰ। প্ৰতিখন চাইকেলৰ বাবদ গৰাকীয়ে দিব লাগিব ১০ৰ পৰা ৪০ টকা কৰ। প্ৰতিখন ৰিক্সাৰ বাবদ ৭০ টকাকৈ কৰ সংগ্ৰহ কৰিব GMCয়ে। গুৱাহাটীত বন্ধ হ’ব মটৰচালিত ৰিক্সা। শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিব GMC কৰ্তৃপক্ষই।
এই ক্ষেত্ৰেত মেয়ৰ মৃগেন শৰনীয়াই কয় যে ‘ লঘু যান-বাহনৰ ক্ষেত্ৰত যিটো মাছুল আছিলে সেই মাছুল আমি পুনৰ সংগ্ৰহ কৰিবলৈ সিদ্ধান্ত লৈছো।
Comments are closed, but trackbacks and pingbacks are open.