নিশা মহানগৰীৰ সাউকুছিত পথ দুৰ্ঘটনা, আহত ৩ জনকৈ লোক

নিউজ ডেস্ক, ২২ নৱেম্বৰঃ নিশা মহানগৰীৰ সাউকুছিত পথ দুৰ্ঘটনা। এখন ছুইফট বাহনৰ খুন্দাত আহত ৩ জনকৈ লোক। তীব্ৰবেগী ছুইফট বাহনৰ খুন্দা এখন স্কুটাৰত। অত্যাধিক সুৰাপান কৰি গাড়ী চলাইছিল ছুইফটৰ চালকে। সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি আহত লোককেইজনক৷

দুৰ্ঘটনাত পতিত হোৱা যুৱককেইজনৰ নাম অৰবিন্দ ডেকা, খনিন্দ্ৰ বৈশ্য, ধৃতিৰাজ ডেকা আৰু সোণমণি বৰ্মন। মুঠ চাৰিজন যুৱক দুৰ্ঘটনাত পতিত হয়। স্কুটীখনৰ নম্বৰ AS 01ED 5083।

AccidentAssamDaily time axomGuwahatiIndiaInjured