Daily Time Axom

পুনৰ বৃদ্ধি পালে বিদ্যুতৰ মাচুল, প্ৰতি ইউনিটত ৭৯ পইচাকৈ বৃদ্ধি পালে বিদ্যুতৰ মাচুল

41

নিউজ ডেস্ক, ২৫ নৱেম্বৰঃ অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, ইন্ধনৰ পিছত এইবাৰ প্ৰতি ইউনিট বিদ্যুতৰ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ এ পি ডি চি এল-এ।

প্ৰতি ইউনিটত ৭৯ পইচাকৈ বৃদ্ধি পাব এই মাচুল। অনাগত ৩ মাহলৈ বৰ্ধিত হাৰত গ্ৰাহকসকলে আদায় দিব লাগিব মাচুল। এক বিজ্ঞপ্তিযোগে সদৰী কৰিলে APDCL-এ।

Comments are closed, but trackbacks and pingbacks are open.