Daily Time Axom

মেঘালয়ত ৪৮ ঘণ্টাৰ বাবে বৃদ্ধি ইণ্টাৰনেট কৰ্টনৰ সময়-সীমা

47

নিউজ ডেস্ক, ২৫ নৱেম্বৰঃ মেঘালয়ত পুনৰ বৃদ্ধি কৰা হৈছে ইণ্টাৰনেট সেৱা বন্ধৰ সময়সীমা। ৪৮ ঘণ্টাৰ বাবে বৃদ্ধি কৰা হৈছে ইণ্টাৰনেট সেৱা বন্ধৰ সময়।হিংসাত্মক পৰিস্থিতিৰ বাবেই কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা।

মেঘালয়ৰ ৭ জিলাত বন্ধ থাকিব ইণ্টাৰনেট।জিলা কেইখন হৈছে- ৰিভয়, ৱেষ্ট জয়ন্তীয়া হিলছ, ইষ্ট জয়ন্তীয়া হিলছত বন্ধ থাকিব ইণ্টাৰনেট।

লগতে ৱেষ্ট খাচী হিলছ, ছাউথ ৱেষ্ট খাচী হিলছ, ইষ্টাৰ্ণ ৱেষ্ট খাচী হিলছ আৰু ইষ্ট খাচী হিলছত বন্ধ থাকিব ইণ্টাৰনেট।

Comments are closed, but trackbacks and pingbacks are open.