Daily Time Axom

পুথিভঁৰাল সেৱা সঞ্চালকালয়ত বিত্তীয় কেলেংকাৰি, কেলেংকাৰিৰ গোচৰত প্ৰাক্তন সঞ্চালিকাৰ স্বামীক গ্ৰেপ্তাৰ

41

নিউজ ডেস্ক, ২৬ নৱেম্বৰঃ পুথিভঁৰাল সেৱা সঞ্চালকালয়ত বিত্তীয় কেলেংকাৰি। কেলেংকাৰিৰ গোচৰত প্ৰাক্তন সঞ্চালিকাৰ স্বামী প্ৰণৱ গোস্বামীক গ্ৰেপ্তাৰ। পানবজাৰ আৰক্ষীৰ জালত প্রণৱ গোস্বামী। প্রণৱ গোস্বামীৰ পত্নী ৰুমী গোস্বামী সঞ্চালক হৈ থকাৰ সময়ত সংঘটিত হৈছিল কেলেংকাৰী। সেইসময়ত সকলো ঠিকা লাভ কৰিছিল প্রণৱ গোস্বামীয়ে।

দুয়োগৰাকীয়ে মিলি সংঘটিত কৰিছিল ব্যাপক অনিয়ম। বৰ্তমান জামিনত আছে ৰুমী গোস্বামী। ৰুমী গোস্বামীক বিচাৰি আবেদন পানবজাৰ আৰক্ষীৰ।

Comments are closed, but trackbacks and pingbacks are open.