Daily Time Axom

আজি অসমলৈ আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে

38

নিউজ ডেস্ক, ২৬ নৱেম্বৰঃ মুখ্যমন্ত্রী হোৱাৰ পিছত প্রথমবাৰৰ বাবে অসমলৈ আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে। সিন্দেৰ লগত আহিব ১৮০ জনীয়া সাংসদ-বিধায়কৰ দল।

দিনৰ ১২ বজাত গুৱাহাটী পাবহি দলটো | বিয়লিৰ ভাগত সিন্দেসহ ১৮০গৰাকী সাংসদ-বিধায়কে দৰ্শন কৰিব কামাখ্যা মন্দিৰ।

নিশাটো মহানগৰীৰ হোটেল ৰেডিছন ব্লুত কটাব সিন্দেবাহিনীয়ে। ইয়াৰ আগতেও দল গঠন কৰাৰ সময়ত গুৱাহাটীলৈ আহিছিল সিন্দেবাহিনী |

Comments are closed, but trackbacks and pingbacks are open.