Daily Time Axom

চত্তীশগড়ৰ পোমৰা বনাঞ্চলত গুলীয়াগুলী,নিৰাপত্তা বাহিনী আৰু মাওবাদীৰ মাজত সংঘৰ্ষ

53

নিউজ ডেস্ক, ২৭ নৱেম্বৰঃ চট্টিশগড়ত মাওবাদীৰ বিৰুদ্ধে ব্যাপক অভিযান।চত্তীশগড়ৰ পোমৰা বনাঞ্চলত গুলীয়াগুলী। আৰক্ষী-CRPFৰ সৈতে মাওবাদীৰ ভয়াৱহ সংঘৰ্ষ। সংঘৰ্ষত নিহত ৪ জনকৈ মাওবাদী। চট্টিশগড়ৰ বিজাপুৰৰ পোমৰা বনাঞ্চলত চলিছিল এই অভিযান। বনাঞ্চলখনত বাহৰ পাতি আছিল মাওবাদীৰ এটা বিশাল দলে। ঘটনাস্থলীৰ পৰা ৰাইফল, বিস্ফোৰক জব্দ কৰিছে আৰক্ষী-CRPFএ।

Comments are closed, but trackbacks and pingbacks are open.