Daily Time Axom

যোৰহাটৰ এ টি ৰোডত গুলীচালনা, গুৰুতৰভাৱে আহত এজন লোক

73

নিউজ ডেস্ক, ২৭ নৱেম্বৰঃ যোৰহাটৰ এ টি ৰোডত দুৰ্বৃত্তৰ গুলীচালনা। মাৰোৱাৰীপট্টিত নিশাৰ ভাগত সংঘটিত এই ঘটনা। নেৱাল চান্দ ৰামকিষ্ণণ ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখত এই ঘটনা সংঘটিত হয়। স্থানীয় ৰাইজৰ তৎপৰতাত দুৰ্বৃত্তক কৰায়ত্ত । গুলীচালনাত আঘাতপ্ৰাপ্ত হয় এজন লোক। আঘাতপ্ৰাপ্ত লোকজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ঘটনাস্থলীৰ পৰা উদ্ধাৰ চোকা অস্ত্ৰসহ এটা বেগ।

Comments are closed, but trackbacks and pingbacks are open.