প্ৰৱঞ্চক শুকুৰ আলী! প্ৰৱঞ্চনাৰ অভিযােগত ৰাইজে আটক কৰি গতালে কাজিগাঁও আৰক্ষীক

নিউজ ডেস্ক, ২৮ নৱেম্বৰঃ এইবাৰ ৰাইজৰ ৰোষত পৰিল শুকুৰ আলী। টকা লৈ আঁচনিৰ সুবিধা নিদিয়াৰ অভিযােগত ৰাইজে আটক কৰে শুকুৰ আলীক ।

কোকৰাঝাৰৰ পৰ্বতঝোৰা মহকুমাৰ মদাতীত একাংশ ক্ষুব্ধ লোকে শুকুৰ আলীক লপা–থপা দি গতাই দিয়ে কাজিগাঁও আৰক্ষীক।

উল্লেখযোগ্য যে কোকৰাঝাৰ জিলাৰ পৰ্ব্বতঝোৰা মহকুমাৰ মদাতী ভিচিডিচিৰ বিজেপি দলৰ চেয়াৰমেন আছিল শুকুৰ আলী।

ArrestAssamDaily time axomIndiaKokrajhar PoliceSukur Ali