নিউজ ডেস্ক, ২৮ নৱেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ PNGB হোষ্টেলৰ ১৮ ছাত্ৰক বহিষ্কাৰ। ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ল’লে কঠোৰ সিদ্ধান্ত। বিশ্ববিদ্যালয়ৰ পৰাও বহিষ্কাৰ কৰা হৈছে অভিযুক্ত ১৮ ছাত্ৰক। তৎকালীনভাৱে ছাত্ৰাৱাস খালী কৰাৰ নিৰ্দেশ কৰ্তৃপক্ষৰ। ঘটনাৰ সৈতে জড়িত আছিল আন ৫জন প্ৰাক্তন ছাত্ৰও। ৰেগিং কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পাছতে অনুষ্ঠিত হৈছিল এঈ বৈঠক। বৈঠকত ছাত্ৰকেইজনক বহিষ্কাৰৰ সিদ্ধান্ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ।
লগতে মূল অভিযুক্ত তথা প্ৰাক্তন ছাত্ৰ ৰাহুল ছেত্ৰীক অনিৰ্দিষ্ট কাললৈ বিশ্ববিদ্যালয়ত প্ৰৱেশ নিষিদ্ধ কৰা হৈছে।
Comments are closed, but trackbacks and pingbacks are open.