নিউজ ডেস্ক, ২৮ নৱেম্বৰঃ তেজপুৰৰ বৰঘাট দেৱেন্দ্ৰ নগৰত দুখন ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ। ফলত থিতাতে নিহত দুয়োখন ডাম্পাৰৰে চালক। দুৰ্ঘটনাৰ ফলত আন দুজন লোক গুৰুতৰভাৱে আহত। জীয়াভৰলীৰ পৰা বালি মাটি কঢ়িয়াই আনিছিল ডাম্পাৰ দুখনে।
আনহাতে, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুই হেণ্ডিমেনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰ দুখনৰ নম্বৰ হৈছে AS 12 AC 9156 আৰু AS 08 C 1332।
Comments are closed, but trackbacks and pingbacks are open.