নিউজ ডেস্ক, ২৯ নৱেম্বৰঃ মহানগৰীত পুনৰ বুজন পৰিমাণৰ গাঞ্জা জব্দ। মহানগৰীৰ গড়চুকত ৫০০ কেজি গাঞ্জাসহ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মনীষ কুমাৰ, দীনবন্ধু কুমাৰ, সঞ্জয় কুমাৰ, নবীন কুমাৰক। জব্দকৃত গাঞ্জাখিনিৰ মূল্য প্ৰায় ৩.৫ কোটি টকা।
জব্দকৃত বাহন খনৰ নং NL01AA3038। ত্ৰিপুৰাৰ পৰা লৈ অনা হৈছিল এই বৃহৎ পৰিমানৰ গাঞ্জা।