নিউজ ডেস্ক, ২৯ নৱেম্বৰঃ মিনি দিছপুৰত পৰিণত শিলচৰ। প্ৰথম বাৰলৈ আজি বৰাকত অনুষ্ঠিত হৈছে ৰাজ্যিক কেবিনেটৰ বৈঠক। ১১বজাৰ পৰা উপায়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হ’বঞ বৈঠক। বৈঠকত অংশ ল’ব মুখ্যমন্ত্ৰীসহ প্ৰতিগৰাকী কেবিনেট মন্ত্ৰীয়ে।
ইয়াৰ ওপৰিও, কেবিনেট বৈঠকৰ পাছত দুলু চাহ বাগিছাত চাহ জনগোষ্ঠীয় লোক সকলক আৰ্থিক সাহায্য প্ৰদান অনুষ্ঠানটো উপস্থিত থাকিব হিমন্ত বিশ্ব শৰ্মা ।
আনহাতে, কেবিনেট বৈঠকৰ বাবে জিলাখনত অসম আৰক্ষীৰ ট্ৰেফিক বিভাগে জাৰী কৰিছে নতুন নিয়মাৱলী ।