নিউজ ডেস্ক, ৩০ নৱেম্বৰঃ খানাপাৰাত ড০ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ ঘোষণা। স্নাতকোত্তৰ অধ্যয়নৰত সকলো শিক্ষাৰ্থীয়ে পাব প্ৰতিমাহে ১০০০কৈ টকা।
এইক্ষেত্ৰত দুমাহ শিক্ষানুষ্ঠান বন্ধ থকা বাবে ১০ মাহত দহ হাজাৰ টকা প্ৰদান কৰিব। সকলো ছাত্ৰীকে এই সুবিধা লাভৰ বাবে আবেদন কৰিবলৈ আহ্বান জনাই তেওঁ এই সম্পৰ্কত শীঘ্ৰে এটা নতুন প’ৰ্টেল প্ৰস্তুত কৰাৰ বিষয়ে জনায়। সকলো শিক্ষাৰ্থীক এই জলপানিৰ বাবে আবেদন কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰীগৰাকীৰ।
আনহাতে অহা বছৰৰ পৰা পেট্ৰ’ল চালিত স্কুটাৰৰ পৰিৱৰ্তে বৈদ্যুতিক স্কুটাৰ প্ৰদান কৰিবলৈ শিক্ষা বিভাগক নিৰ্দেশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।
Comments are closed, but trackbacks and pingbacks are open.