Daily Time Axom

যোৰহাট কাণ্ডৰে জড়িত ডকাইতক পলাবলৈ চেষ্টা কৰোতে আৰক্ষীৰ গুলীচালনা

26

নিউজ ডেস্ক, ৩০ নৱেম্বৰঃ যোৰহাট নগৰৰ গুলীচালনা ঘটনাৰ দ্বিতীয়জন অভিযুক্ত ৰাজেশ চাহু ওৰফে ৰাহুল চাহুলৈ আৰক্ষীৰ গুলীচালনা।

আৰক্ষীৰ গুলীত গুৰুতৰভাৱে আহত ৰাজেশক ডিব্ৰুগড়ৰ এএমচিএইচলৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। লামডিঙৰ পৰা যোৰহাট আৰক্ষীয়ে কৰায়ত্ত কৰি অনাৰ পিছত আৰক্ষীৰ বেষ্টনীৰ পৰা পলাবলৈ চেষ্টা কৰোতে আৰক্ষীয়ে গুলীচালনা কৰাত আহত হয় অভিযুক্তজন।

Comments are closed, but trackbacks and pingbacks are open.