নিউজ ডেস্ক, ৩০ নৱেম্বৰঃ ডিব্ৰুগড় আৰক্ষীৰ জালত আনন্দ শৰ্মাক আসুৰিক অত্যাচাৰ চলোৱা আৰু এজন ৰেগিংকাৰী। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰেগিং কাণ্ডৰে জড়িত পলাতক শুভ্ৰজিৎ বৰুৱাক আটক কৰিলে আৰক্ষীয়ে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীৰে চলোৱা এক তালাচীত মৰাণৰ সমীপত আটক কৰা হয় এই ছাত্ৰজনক।
বিশ্ববিদ্যালয় কৰ্তৃপক্ষই বহিষ্কাৰ কৰাসকলৰ ভিতৰৰ এজন এই সুভ্ৰজিৎ বৰুৱা।
Comments are closed, but trackbacks and pingbacks are open.