মহানগৰীৰ পাণ্ডুত বিধ্বংসী অগ্নিকাণ্ড,জুইত ভস্মীভূত কেইবাটাও বাসগৃহ

নিউজ ডেস্ক, ১ ডিচেম্বৰঃ মহানগৰীৰ পাণ্ডুত বিধ্বংসী অগ্নিকাণ্ড৷ পাণ্ডুৰ ৪ নং কলনীত এই অগ্নিকাণ্ড৷ জুইত ভস্মীভূত হ’ল ২০ টাকৈ বাসগৃহ৷ ৪টাকৈ চিলিণ্ডাৰ বিস্ফোৰণ৷

ঘটনাস্থলীত উপস্থিত হৈ জালুকবাৰী আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী দলে তত্‍পৰতাৰে অগ্নি নিৰ্বাপণ কৰিবলৈ সক্ষম হয়। কি কাৰণত এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই।

AssamDaily time axomGuwahatiIndiaMassive firePandu