নিউজ ডেস্ক, ১ ডিচেম্বৰঃ আজি গুজৰাটত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ। গুজৰাটৰ ১৯ খন জিলাৰ ৮৯টা সমষ্টিত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। পুৱা ৮ বজাৰ পৰা বিয়লি ৫ বজালৈ হ’ব ভোটগ্ৰহণ। আজি নিৰ্ণয় হ’ব ৭৮৮গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
প্রথম পর্যায়ৰ নির্বাচনত আছে ২৫,৪৩৪টা ভোটকেন্দ্র।প্রথম পর্যায়ত ভোটাৰৰ সংখ্যা ২,৩৯,৭৬,৬৭০গৰাকী। ইয়াৰে ১,২৪,৩৩,৩৬২গৰাকী পুৰুষ ভোটাৰ আৰু ১,১৫,৪২,৮১১ গৰাকী মহিলা ভোটাৰ