নিউজ ডেস্ক, ৪ ডিচেম্বৰঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাছত গুৱাহাটী বিশ্ববিদ্যালয়ত ৰেগিং। ৰেগিঙৰ নামত অকথ্য নিৰ্যাতন হোষ্টেলৰ আৱাসীক। বিশ্ববিদ্যালয়ৰ RCC-3 হোষ্টেলৰ এগৰাকী আৱাসীক নিৰ্যাতন।
জ্যেষ্ঠ ছাত্ৰৰ অত্যাচাৰত আঘাতপ্ৰাপ্ত হজৰত আলী বৰ্তমান চিকিৎসাধীন। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰি আছে ছাত্ৰগৰাকীয়ে। ২৭ মাৰ্চতেই সংঘটিত হৈছিল এই ভয়ংকৰ ঘটনা। তাৎপৰ্যপূৰ্ণ গুৱাহাটী বিশ্ববিদ্যালয়ে গোটেই ঘটনাটোক গাপ দি ৰাখিছিল। ৰেগিঙত জড়িত জ্যেষ্ঠ ছাত্ৰৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱাৰ অভিযোগ।
Comments are closed, but trackbacks and pingbacks are open.