Daily Time Axom

দুৰ্নীতিৰ অভিযোগত লখিমপুৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰীক গ্ৰেপ্তাৰ

44

নিউজ ডেস্ক, ৫ ডিচেম্বৰঃ দুৰ্নীতিৰ অভিযোগত গ্ৰেপ্তাৰ আন এজন চৰকাৰী কৰ্মচাৰী। লখিমপুৰত গ্ৰেপ্তাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী। উচ্চ বৰ্গৰ সহায়ক নন্দন বৰাক গ্ৰেপ্তাৰ আৰক্ষীৰ।জালিয়াতিৰে ধন সৰকোৱাৰ অভিযোগ নন্দন বৰাৰ বিৰুদ্ধে।

উল্লেখ্য যে দুৰ্নীতি-অনিয়মৰ অভিযোগত ৰাজহ চক্র বিষয়াৰ গোচৰৰ ভিত্তিত গ্রেপ্তাৰ কৰে বৰাক। দেওবাৰে নিশাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে নন্দন বৰাক।

Comments are closed, but trackbacks and pingbacks are open.