কল’ম্বিয়াত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা, ভূমিস্খলনত শিশুসহ ৩৩জন লোকৰ মৃত্যু

নিউজ ডেস্ক, ৬ ডিচেম্বৰঃ কল’ম্বিয়াত ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগ৷ ভূমিস্খলনত ৮ শিশুসহ ৩৩জন লোকৰ মৃত্যু৷ মাটিৰ তলত আবদ্ধ হৈ পৰে এখন যাত্ৰীবাহী বাছ৷ কল’ম্বিয়াৰ ৰাজধানী বোগোটাৰ পৰা ২৩০ কিঃমিঃ নিলগত এই ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে৷

ধাৰাসাৰ বৰষুণৰ ফলত হোৱা ভূমিস্খলনৰ ফলত উত্তৰ-পশ্চিমে ৰিচাৰালদা প্ৰদেশৰ পুৱেব্লো ৰিকো আৰু ছাণ্টা চিচিলিয়া গাঁৱৰ মাজৰ পথত এই ভয়ংকৰ ঘটনা সংঘটিত হয়।

ColombiaDaily time axomDeathIndonesiaInternationalLandslide