Daily Time Axom

সোণাৰিৰ সদৰ থানাত ভয়ংকৰ ঘটনা, সতীৰ্থক গুলীয়াই হত্যা আৰক্ষীৰ

56

নিউজ ডেস্ক, ৬ ডিচেম্বৰঃ সোণাৰিৰ সদৰ থানাত ভয়ংকৰ ঘটনা ৷ সতীৰ্থক গুলীয়াই হত্যা আৰক্ষীৰ।
ডিঙিত তিনিটা গুলী লাগে জোৱানজনৰ। নিহত আৰক্ষীজনৰ নাম গকুল বসুমতাৰী। দীপক কাকতি নামৰ আৰক্ষীজনে গুলীয়াই হত্যা কৰে সতীৰ্থক। ইয়াৰপিছতেই অভিযুক্ত দীপক কাকতিৰ আত্মসমৰ্পণ। থানাৰ ভিতৰতেই ৩ জাঁইকৈ গুলীচালনা ।

Comments are closed, but trackbacks and pingbacks are open.